গুৱাহাটী

মহানগৰীত ভয়ংকৰ ঘটনা : চলন্ত উবেৰত ধৰ্ষণৰ বলি যুৱতী

Asomiya Pratidin
  • মহানগৰীত ভয়ংকৰ ঘটনা

  • চলন্ত উবেৰত ধৰ্ষণৰ বলি যুৱতী

  • উবেৰ চালকৰ কামনাৰ বলি হোৱাৰ অভিযোগ যুৱতীগৰাকীৰ

  • গণেশগুৰিৰ পৰা খ্ৰীষ্টানবস্তিলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছে এই ঘটনা

  • জু-ৰোডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মছলেম আলীক

  • ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ অৰুণাচলত

  • অভিযুক্ত মছলেম আলীৰ ঘৰ নগৰবেৰাত।