গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন... 
গুৱাহাটী

গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

Asomiya Pratidin
  • পুৱাই গণেশগুৰি উৰণীয়া সেতুত দুৰ্ঘটনা।

  • এখন চিটিবাছে মহটিয়াই নিলে তিনিখনকৈ বাহন।

  • এই দুৰ্ঘটনাত আহত হৈছে বাহন কেইখনৰ আৰোহী।

  • দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নাম শিৱ শংকৰ।

  • দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা এখন ফৰ্চুনাৰ বাহনৰ নম্বৰ এ এছ ০১ ডি এক্স ৯৭২৪।

  • দুৰ্ঘটনাক কেন্দ্ৰ কৰি গণেশগুৰি উৰণীয়া সেতুত উত্তেজনা আৰু ব্যাপক যানজট।