শ্ৰদ্ধাঞ্জলি উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা... 
গুৱাহাটী

শ্ৰদ্ধাঞ্জলি উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা...

Asomiya Pratidin
  • পুনৰ গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনা।

  • গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত এই ঘটনা।

  • এখন অটোট খুন্দা বলেৰ' বাহনৰ।

  • ভুল দিশেৰে অটোখনে লৈছিল ইউটাৰ্ণ।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অটো চালকগৰাকী।

  • আহত অটো চালকগৰাকীক কে জি এম টি হাস্পতালত ভৰ্তি।

  • দুৰ্ঘটনাগ্ৰস্ত অটোখনৰ নম্বৰ এ এছ০১ এল চি ৭৪৩১।