নতুন বিধানসভা ভৱনৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা... 
গুৱাহাটী

নতুন বিধানসভা ভৱনৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা...

Asomiya Pratidin
  • গুৱাহাটীত পুনৰ সংঘটিক ভয়ংকৰ পথ দুৰ্ঘটনা।

  • অসম বিধানসভাৰ নতুন ভৱনৰ সন্মুখতে সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • এখন দ্রুতবেগী i10 ‍বাহনে মহটিয়াই নিলে ৩ খনকৈ বাহনক।

  • ইয়াৰোপৰি পদপথৰ এখন দোকানো মহটিয়াই নিয়ে বাহনখনে।

  • দ্রুতবেগী বাহনখনৰ নম্বৰ ML-05 G 0942।

  • ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ।

  • দুৰ্ঘটনাত সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত আৰক্ষী।

  • দুৰ্ঘটনাৰ পাছতে ব্যস্ত ৰাজপথত সৃষ্টি হৈছে যানযট।