পাঠশালাত পথ দুৰ্ঘটনা...  
গুৱাহাটী

মহানগৰীৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • দেওবাৰে নিশা মহানগৰীৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • ৰখাই থোৱা পানীৰ টেংকাৰত প্রচণ্ড খুন্দা দুচকীয়া বাহনৰ।

  • গুৰুতৰভাৱে আহত বাইক আৰোহীজন।

  • আহত যুৱকজনক চিকিৎসালয়লৈ প্রেৰণ।