মিৰ্জাৰ বৰকুছিত পথ দুৰ্ঘটনাঃ এজনৰ কৰুণ মৃত্যু... 
গুৱাহাটী

মিৰ্জাৰ বৰকুছিত পথ দুৰ্ঘটনাঃ এজনৰ কৰুণ মৃত্যু...

Asomiya Pratidin
  • দক্ষিণ কামৰূপৰ মিৰ্জাৰ বৰকুছিত পথ দুৰ্ঘটনা।

  • ১৭নং ৰাষ্ট্রীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন।

  • নিহত লোকজন বঙৰাৰ শ্রীকান্ত চৌধুৰী বুলি চিনাক্ত।

  • দুৰ্ঘটনাৰ ফলত ৰাষ্ট্রীয় ঘাইপথত তীব্র যান-জঁট।

  • ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ।