পাঠশালাত পথ দুৰ্ঘটনা...  
গুৱাহাটী

দিছপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • মহানগৰীৰ দিছপুৰত পথ দুৰ্ঘটনা।

  • ডিভাইডাৰত খুন্দা তীব্র বেগী বাইক আৰোহীৰ।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ বাইক আৰোহী।

  • সংকটজনক অৱস্থাত এজনক GNRC হাস্পতালত ভৰ্তি।

  • আনজন আহত যুৱকক GMCHত ভৰ্তি।