গুৱাহাটী

গৌৰীপুৰত অঘটন : দ খাৱৈত পৰিল গাখীৰ কঢ়িওৱা বাহন

Asomiya Pratidin
  • শনিবাৰে নিশা উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত অঘটন।

  • নিয়ন্ত্রণ হেৰুৱাই গাখীৰ কঢ়িওৱা বাহন বাগৰিল দ খাৱৈত।

  • কথমপি প্রাণ ৰক্ষা চালক আৰু হেণ্ডিমেনৰ।

  • ২২০০০ লিটাৰ গাখীৰ কঢ়িয়াই আনিছিল বাহনখনে।