ROAD ACCIDENT  
গুৱাহাটী

পুৱাই গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনা

Asomiya Pratidin
  • পুৱাই গুৱাহাটী মহানগৰীত সংঘটিত হয় পথ দুৰ্ঘটনা ।

  • ভৰলুমুখ থানাৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ।

  • দ্রুতবেগী স্কুটী আৰু মালবাহী অ’টোভানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।

  • দুৰ্ঘটনাত আহত হয় অ’টোবাহনখনৰ চালকজন ।

  • দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় যান-বাহন আৰক্ষী ।