বেহাৰবাৰীত ভংয়কৰ দুৰ্ঘটনাঃ থিতাতে নিহত চালক... 
গুৱাহাটী

বেহাৰবাৰীত ভংয়কৰ দুৰ্ঘটনাঃ থিতাতে নিহত চালক...

Asomiya Pratidin
  • গুৱাহাটী মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ দুৰ্ঘটনা

  • ডাম্পাৰত খুন্দা শিলচৰ অভিমুখী ট্রাকৰ।

  • ট্ৰাকখনৰ নম্বৰ এ এছ ২৮ এ চি ০৪৫৭।

  • আনহাতে ডাম্পাৰখনৰ নম্বৰ এ এছ ০১ ডি ডি ৬৫৫৫।

  • দুৰ্ঘটনাত থিতাতে নিহত ট্রাকচালক ৰেজাবুল ইছলাম।

  • হাউলীৰ পৰা শিলচৰ অভিমুখে গৈ আছিল ট্রাকখন।

  • ৰাজপথত ডাম্পাৰ ৰখাই থোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।