খানাপাৰত পথ দুৰ্ঘটনাঃ অট' চালক নিহত... road accident
গুৱাহাটী

খানাপাৰত পথ দুৰ্ঘটনাঃ অট' চালক নিহত...

Asomiya Pratidin
  • মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্রবেগী অল্ট’ আৰু অট’ৰ মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত অট’ চালকজন।

  • নিহত অট’ চালকজন কইনাধৰাৰ উদয় তালুকদাৰ বুলি চিনাক্ত।

  • খানাপাৰাৰ ট্রেফিক পইণ্টৰ সমীপত এই দুৰ্ঘটনা।

  • অল্ট’খনৰ নম্বৰ AS 01 EC 6112।

  • আনহাতে অট’খনৰ নম্বৰ AS 01 EC 3546।