শৰাইঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী... 
গুৱাহাটী

শৰাইঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...

Asomiya Pratidin
  • শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • ট্রাকৰ খুন্দাত নিহত বাইক আৰোহী।

  • আমিনগাঁৱৰ পৰা জালুকবাৰী দিশে আহি আছিল বাইকত দুই আৰোহী।

  • শৰাইঘাট দলঙৰ মাজতেই সংঘটিত এই দুৰ্ঘটনা।

  • মাটি কঢ়িয়াই নিয়া ট্রাকৰ পৰা পথত মাটি পৰাৰ বাবেই সংঘটিত দুৰ্ঘটনাটো।

  • বৰ্তমানেও জানিব পৰা নাই মৃতকৰ পৰিচয়।

  • ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত।