dangor kotha  
গুৱাহাটী

আৰ্য নগৰ নতুন উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত বহুকেইজন....

Asomiya Pratidin
  • আৰ্য নগৰ নতুন উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

  • সেতুৰ ওপৰতে মুখামুখি সংঘৰ্ষ এলটো-চুইফট ডিজিয়াৰৰ।

  • ৫ জন লোক গুৰুতৰ ভাৱে আহত, এজনৰ অৱস্থা সংকটজনক।

  • GMCH লৈ প্ৰেৰণ দুয়োখন বাহনৰে চালক-আৰোহীক।