গুৱাহাটী

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড

Asomiya Pratidin
  • মহানগৰীৰ গণেশপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড

  • শিলেৰে মৰিয়াই মৰিয়াই হত্যা এজনক

  • পিংকু দাস নামৰ লোকজনক হত্যা কৰিলে তাৰাচান আলীয়ে

  • সুৰাপান কৰি দুয়োৰে মাজত হোৱা কাজিয়াৰ ফলতেই এই হত্যাকাণ্ড

  • দুয়োগৰাকী পেছাত আছিল অট’চালক

  • ফটাশিল আৰক্ষীয়ে গ্রেপ্তাৰ কৰে তাৰাচান আলীক।