গুৱাহাটী

শিলপুখুৰীত অঘটন : মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন...

Asomiya Pratidin
  • মহানগৰী গুৱাহাটীত চিলনী চোৰৰ সন্ত্ৰাস।

  • প্ৰাতঃ ভ্ৰমণলৈ অহা একাংশ মহিলা এতিয়া চিলনী চোৰৰ টাৰ্গেট হৈ পৰিছে।

  • মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন।

  • দেওবাৰে শিলপুখুৰীত এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণৰ চেইন।

  • শিলপুখুৰীৰ সেণাপতি পথত সংঘটিত হৈছে এই ঘটনা।

  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

  • এতিয়ালৈকে উলিয়াব পৰা নাই দুৰ্বৃত্তৰ সম্ভেদ।