গুৱাহাটী

আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান

Asomiya Pratidin
  • আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱা (ৰুবুল)ৰ দেহাৱসান।

  • গোষ্ঠীটোৰ অন্যতম স্বাত্বাধিকাৰী আছিল বৰুৱা।

  • মঙলবাৰে দেহাৱসান ঘটে তেঁওৰ।

  • দিনৰ প্ৰায় ১০-৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই।

  • মহানগৰীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত বিয়োগ ঘটে তেখেতৰ।

  • দুৰ্গা পূজাৰ আগৰ পৰাই চিকিৎসাধীন হৈ আছিল বৰুৱা।

  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

  • উল্লেখ কৰা প্ৰয়োজন যে তুলসী গোবিন্দ বৰুৱাৰ পুত্ৰ আছিল তেঁও।