গুৱাহাটী

নিশাৰ মহানগৰীত বোমাতংক

Asomiya Pratidin
  • নিশাৰ মহানগৰীত বোমাতংক

  • জু-ৰোডৰ সুন্দৰপুৰৰ পদপথত এটা ছুটকেছক লৈ বোমাতংক

  • আৰক্ষীয়ে অঞ্চলটোত গঢ়ি তুলিলে কটকটীয়া নিৰাপত্তা বেষ্টনী

  • নিশা ঘটনাস্থলীত উপস্থিত বোম স্কোৱাদ, ড'গ স্কোৱাড