গুৱাহাটী

বশিষ্ঠত কিশোৰীক ধৰ্ষণ

Asomiya Pratidin
  • বশিষ্ঠত সংঘটিত হৈছে জঘন্য ঘটনা

  • বশিষ্ঠ মন্দিৰ চৌহদৰ শৌচাগাৰত এগৰাকী কিশোৰীক ধৰ্ষণ এজন লম্পদৰ

  • ধৃত লম্পদ জনৰ নাম খনীন কলিতা

  • ভুক্তভোগী কিশোৰীগৰাকীৰ অভিযোগৰ পিছতে বশিষ্ঠ আৰক্ষীয়ে মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পদ যুৱকজনক

  • সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে লম্পদ যুৱকজনক।