গুৱাহাটী

চানমাৰিৰ নৱনিৰ্মিত উৰণ সেতু পৰ্যবেক্ষণ মুখ্যমন্ত্রীৰ

Asomiya Pratidin
  • চানমাৰিৰ নৱনিৰ্মিত উৰণ সেতু পৰ্যবেক্ষণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

  • নুনমাটিৰ পৰা চানমাৰি অংশ সম্পূৰ্ণ হ’ব ২০২৫ৰ ৩১ মাৰ্চত

  • চানমাৰিৰ পৰা ৰিজাৰ্ভ বেংক অংশ ২০২৬ চনৰ জানুৱাৰীত সম্পূৰ্ণ কৰাৰ লক্ষ্য

  • দুৰ্গা পূজাৰ সময়ছোৱাত নৱনিৰ্মিত উৰণ সেতুৰ কাম বন্ধ থাকিব

  • চাৰিলেনযুক্ত উৰণ সেতুখন প্রায় ৫ কিঃ মিঃ দীঘল হ’ব

  • প্রায় ৮০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে উৰণ সেতুখন

  • উৰণ সেতুৰ কামৰ বুজ লৈ এই মন্তব্য মুখ্যমন্ত্রীৰ