মহানগৰীত ভুৱা এটিএমেৰে সৰকালে ৮০ হাজাৰ টকা... 
গুৱাহাটী

মহানগৰীত ভুৱা এটিএমেৰে সৰকালে ৮০ হাজাৰ টকা...

Asomiya Pratidin
  • গুৱাহাটী মহানগৰীত পুনৰ চোৰৰ সন্ত্ৰাস।

  • মহানগৰীৰ বেলতলাত এ টি এম চোৰৰ সন্ত্রাস।

  • ভুৱা এটিএমেৰে দুই প্রৱঞ্চকে সৰকালে ধন।

  • টুপি পৰিহিত দুই দুৰ্বৃত্তই লুটিলে ৮০ হাজাৰ টকা।

  • দ্বীপুল কুমাৰ ডেকা নামৰ এজন লোকৰ পৰা সৰকালে এই ধনখিনি।

  • ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।