গুৱাহাটী

মহানগৰীত চুৰিকাণ্ডৰ চেষ্টা : চিচি কেমেৰাত ধৰা পৰে সমগ্ৰ দৃশ্য

Asomiya Pratidin
  • মহানগৰীত চুৰিকাণ্ডৰ চেষ্টা

  • গৃহস্থৰ ঘৰৰ খিৰিকী ভাগি প্ৰৱেশৰ চেষ্টা চোৰৰ

  • মহানগৰীৰ লাচিত নগৰত সংঘটিত হৈছে এই কাণ্ড

  • পুৱতি নিশা খিৰিকী ভাগি গৃহস্থৰ ঘৰত প্ৰৱেশৰ চেষ্টা চোৰৰ

  • গৃহস্থৰ চিচি কেমেৰাত ধৰা পৰে সমগ্ৰ দৃশ্য

  • খিৰিকী ভাগি বস্তু নিব লওতেই গৃহস্থৰ খেদাত পলায়ন চোৰৰ।