বশিষ্ঠ আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ বাহন জব্দ... 
গুৱাহাটী

বশিষ্ঠ আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ বাহন জব্দ...

Asomiya Pratidin
  • মহানগৰীৰ সাউকুছিত বশিষ্ঠ আৰক্ষীৰ অভিযান।

  • অভিযানত জব্দ এখন চোৰাং গৰু সৰবৰাহ কৰা বাহন।

  • স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে বাহনসহ গৰু।

  • বাহনখনৰ পৰা জব্দ ১০টা চোৰাং গৰু।

  • চোৰাং গৰুসহ আটক বাহনখনৰ চালক আৰু হেণ্ডিমেনক।

  • জব্দ AS-13-AC-3050 নম্বৰৰ বাহনখন।