গুৱাহাটী

গণেশগুৰি-হেঙেৰাবাৰী লিংক ৰোডত ফুটিল জলব’ৰ্ডৰ পাইপ

Asomiya Pratidin
  • গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।

  • গণেশগুৰি-হেঙেৰাবাৰী লিংক ৰোডত ফুটিল জলব’ৰ্ডৰ পাইপ।

  • পানীৰ পাইপ ফুটি পথটোত জলমগ্ন হৈ পৰিছে গণেশগুৰি অঞ্চল।

  • অঞ্চলটোত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।