বামুণীমৈদামত ৬ মহলীয়া অট্টালিকাৰ পৰা পৰি বহিঃৰাজ্যৰ যুৱতীৰ মৃত্যু... 
গুৱাহাটী

বামুণীমৈদামত ৬ মহলীয়া অট্টালিকাৰ পৰা পৰি বহিঃৰাজ্যৰ যুৱতীৰ মৃত্যু...

Asomiya Pratidin
  • মহানগৰীৰ অট্টালিকাৰ পৰা পৰি যুৱতীৰ মৃত্যু।

  • বামুণীমৈদামস্থি সোৱণশিৰি এপাৰ্টমেণ্টত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

  • এটা ৬ মহলীয়া অট্টালিকাৰ পৰা মৃত্যু হৈছে এগৰাকী যুৱতীৰ।

  • নিহত যুৱতীগৰাকীৰ নাম তাংচি কে চাংমা।

  • তাংচি কে চাংমাৰ প্ৰকৃত ঘৰ মেঘালয়ত।

  • জানিব পৰা মতে ৬B নম্বৰৰ ফ্লেটৰ পৰা পৰিছিল যুৱতীগৰাকী।