গুৱাহাটী

মালিগাঁৱত গাঞ্জাসহ মহিলা সৰবৰাহকাৰীক আটক

Asomiya Pratidin
  • গুৱাহাটী মহানগৰৰ মালিগাঁৱত গাঞ্জাসহ মহিলা সৰবৰাহকাৰীক আটক

  • কামাখ্যা ৰে’ল জংচনত RPFৰ অভিযান

  • হামচাফৰ ৰে’লখনৰ পৰা জব্দ ১৮ কেজি গাঞ্জা

  • গ্রেপ্তাৰ সৰবৰাহকাৰী মঞ্জু দাস, সন্ধ্যা সৰকাৰ আৰু সুপামা পাল

  • আগৰতলাৰ পৰা বাংগালুৰলৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি

  • ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীৰ তদন্ত অব্যাহত।