মুখ্য-পৃষ্ঠা

লোকসভা নিৰ্বাচনঃ দিনৰ ১ বজালৈ ভোটদানৰ হাৰ ৩৬.৭৩ শতাংশ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেশত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব। দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পৰ্ব । দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পৰ্ব।

নিৰ্বাচন উপলক্ষে আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৮ৰাজ্যৰ ভোটদানৰ হাৰ উল্লেখ কৰা হ'ল- দুপৰীয়া ১-০০বজালৈকে প্ৰকাশ কৰা তথ্য মতে ভোটদানৰ হাৰ হৈছে- ৩৬.৭৩ শতাংশ।

  • বিহাৰ- ৩৪.৬২ শতাংশ

  • জম্মু-কাশ্মীৰ- ৩৪.৭৯ শতাংশ

  • ঝাৰখণ্ড- ৪১.৮৯ শতাংশ

  • লাডাখ- ৫২.০২ শতাংশ

  • মহাৰাষ্ট্ৰ- ২৭.৭৮ শতাংশ

  • উৰিষ্যা- ৩৫.৩১ শতাংশ

  • উত্তৰপ্ৰদেশ- ৩৯.৫৫ শতাংশ

  • পশ্চিমবংগ- ৪৮.৪১ শতাংশ।