মুখ্য-পৃষ্ঠা

লামডিঙত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...

Asomiya Pratidin
  • লামডিঙত বুজন পৰিমাণৰ ভাং জব্দ কৰিছে আৰক্ষীয়ে।

  • লামডিং আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি লামডিং ৰে'লৱে ষ্টেচনৰ সন্মুখৰ পাৰ্কিং এলেকাৰ পৰা গাঞ্জা সহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে।

  • ট্ৰেইনৰ পৰা স্কুটি লৈ সৰবৰাহ কৰাৰ সময়ত ১১কেজি সন্দেহজনক গাঞ্জা জব্দ কৰে।

  • লগতে সৰবৰাহ কৰা AS 02U8640 নম্বৰৰ স্কুটিখন জব্দ কৰিছে লামডিং আৰক্ষীয়ে।

  • গ্ৰেপ্তাৰ কৰা তিনিজন যুৱক ৰতন সাহা, বীৰেন্দ্ৰ চৌহান আৰু মুকেশ কুমাৰ।

  • মূল অভিযুক্ত ৰতন সাহা বহুদিন ধৰি ভাং সৰবৰাহ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।