ষ্ট্ৰোকত আক্ৰান্ত হৈ এপল'ত চিকিৎসাধীন অভিনেতা ৰূপম বৰুৱা... 
মুখ্য-পৃষ্ঠা

ষ্ট্ৰোকত আক্ৰান্ত হৈ এপল'ত চিকিৎসাধীন অভিনেতা ৰূপম বৰুৱা...

Asomiya Pratidin
  • গুৰুতৰভাৱে অসুস্থ অভিনেতা ৰূপম বৰুৱা।

  • ষ্ট্ৰোকত আক্ৰান্ত হৈছে অভিনেতাগৰাকী।

  • সংকতজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছে এপল' হাস্পতালত।

  • প্ৰবীণ অভিনেতা ঈশান বৰুৱাৰ পুত্ৰ ৰূপম বৰুৱা।

  • অসমীয়া ধাৰাবাহিক জগতৰ অন্যতম পৰিচিত অভিনেতা ৰূপম বৰুৱা।

  • অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা গুণমুগ্ধৰ।