মুখ্য-পৃষ্ঠা

মথুৰাপুৰত পথ দুৰ্ঘটনাঃ নিহত দুজন

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ শনিবাৰে মথুৰাপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিয়লি বাইক আৰু বলেৰ' পিক আপ বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় দুজন বাইক আৰোহী।

দ্বীপ মূড়া

লগতে গুৰুতৰভাৱে আহত হয় অন্য এজন যুৱক। নিহতদ্বয় ১৬ বছৰীয়া অংগসৌষ্ঠৱ বৰগোহাঁই আৰু ১৮ বছৰীয়া দ্বীপ মূড়া বুলি জানিব পৰা গৈছে। আনহাতে আহত হোৱা মানৱ বাউৰী নামৰ যুৱকজনক সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।