মুখ্য-পৃষ্ঠা

যুৱতী অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ APCCৰ সাধাৰণ সম্পাদক...

Asomiya Pratidin
  • অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামিম সৰকাৰক গ্ৰেপ্তাৰ।

  • ভঙাগড় আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছে চামিম সৰকাৰক।

  • যুৱতী অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সম্পাদকগৰাকীক।

  • চাপৰৰ পৰা উদ্ধাৰ কৰা হৈচে অপহৃত যুৱতীগৰাকী।

  • প্ৰেম চালনাৰে যুৱতীক অপহৰণ কৰাৰ অভিযোগ চামিম সৰকাৰৰ বিৰুদ্ধে।

  • পূৰ্বেও ধন লৈ ৰাজহুৱা স্থানত মহিলাৰ োষত পৰিছিল চামিম।

  • সৰকাৰৰ বিৰুদ্ধে চাকৰিৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে ।