মুখ্য-পৃষ্ঠা

UPSCৰ নতুন অধ্যক্ষ নিযুক্তি...

Asomiya Pratidin
  • UPSCৰ নতুন অধ্যক্ষ নিযুক্তি

  • প্ৰীতি চোদান হ'ব নতুন অধ্যক্ষ।

  • ১আগষ্ট ২০২৪ৰ পৰা এই দায়িত্ব লব তেওঁ

  • প্ৰীতি চোদান ১৯৮৩বেটচৰ আই এছ বিষয়া।

  • ২০২৫ৰ এপ্ৰিলৰ লৈকে ইউ পি এছ চিৰ অধ্যক্ষ হৈ থাকিব তেওঁ

  • পূৰ্বতে তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

  • UPSCৰ অধ্যক্ষ হোৱা চোদান হ'ল দ্বিতীয়গৰাকী মহিলা।