bjp  
মুখ্য-পৃষ্ঠা

আগষ্টত সম্প্ৰসাৰণ হব মন্ত্ৰীসভাঃ সলনি হব পাৰে ৰাজ্যিক বিজেপিৰ সভাপতি

Asomiya Pratidin
  • ২০২৬ ৰ বিধানসভাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাত ব্যাপক সালসলনি

  • আগষ্টত সম্প্ৰসাৰণ হব মন্ত্ৰীসভা

  • ৬ খন নতুন মুখে মন্ত্ৰীসভাত স্থান লাভৰ সম্ভাৱনা

  • মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে পল্লৱলোচন দাসে

  • সলনি হব পাৰে ৰাজ্যিক বিজেপিৰ সভাপতি

  • ভৱেশ কলিতা অন্তৰ্ভুক্ত হব পাৰে মন্ত্ৰী সভাত

  • ৰাজ্যসভাৰ সাংসদ হব পাৰে চন্দ্ৰমোহন পাটোৱাৰী

  • উজনিৰ পৰা ৰূপেশ গোৱালা,সুশান্ত বৰগোহাঁইৰ নাম উচ্চাৰিত

  • মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৪গৰাকী মন্ত্ৰী

  • আঁতৰিব পাৰে নন্দিতা গাৰ্লোচা,সঞ্জয় কিষাণ

  • পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতি হব পাৰে যোগেন মহন।