মক্কাত পুনৰ মৃত্যু হ'ল অসমৰ হজ যাত্ৰীৰ... 
মুখ্য-পৃষ্ঠা

মক্কাত পুনৰ মৃত্যু হ'ল অসমৰ হজ যাত্ৰীৰ...

Asomiya Pratidin
  • মক্কাৰ পৰা আহিল আন এক বেয়া খবৰ।

  • হজলৈ গৈ আন এগৰাকী অসমৰ হজ যাত্ৰীৰ মৃত্যুৰ খবৰ।

  • মক্কাত মৃত্যু হোৱা এই হজ যাত্ৰীগৰাকীৰ নাম মুজিবুদ্দিন আহমেদ।

  • মুজিবুদ্দিন আহমেদৰ ঘৰ শিৱসাগৰৰ কৰদৈগুৰিত।

  • মুজিবুদ্দিন আহমেদ আছিল শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।

  • ইয়াৰ পূৰ্বে মক্কাত মৃত্যু হৈছিল শিৱসাগৰ, লখিমপুৰৰ হজ যাত্ৰীৰ।

  • পূৰ্বে মক্কাত মৃত্যু হোৱা হজ যাত্ৰীগৰাকী আছিল সঞ্জীৱ বড়া।

  • যাত্ৰীগৰাকীৰ ২৮ জুনত মক্কাত মৃত্যু হৈছিল।

  • তেওঁ পত্নীৰ সৈতে গৈছিল মক্কালৈ।

  • মক্কাত মৃত্যু হোৱা লখিমপুৰৰ হজ যাত্ৰীগৰাকী আছিল ছফিক আহমেদ।