মুখ্য-পৃষ্ঠা

বজালী আৰক্ষীৰ মাৰাথান অভিযানঃ ৩৫গ্ৰাম নিচাযুক্ত সামগ্ৰী সহ এজনক গ্ৰেপ্তাৰ

Asomiya Pratidin
  • ড্ৰাগছৰ বিৰুদ্ধে বজালী আৰক্ষীৰ মাৰাথান অভিযান

  • বজালী আৰক্ষীয়ে ড্ৰাগছৰ লগত জড়িত বিগত মাহত ৭টা গোচৰ পঞ্জীয়ণ হোৱাৰ লগতে ড্ৰাগছৰ লগত জড়িত ১৩জন ব্যক্তিক কৰায়ক্ত কৰে।

  • বৃহস্পতিবাৰে সন্ধিয়াও বজালী আৰক্ষীয়ে অভিযান চলাই ভৱানীপুৰৰ পৰা আখতাৰ আলীক আটক কৰে।

  • আটক কৰা যুৱকজনৰ গাড়ীৰ পৰা ৩৫ গ্ৰাম হেৰ'ইন জব্দ কৰে।

  • আৰক্ষীয়ে ২৫টা ড্ৰাগছৰ কন্টেইনাৰ সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ কৰে।