মুখ্য-পৃষ্ঠা

ধন বিনিয়োগৰ গোচৰৰ বাবে ১৪টা SIT গঠন চিআইডিৰ

Asomiya Pratidin
  • ডিব্রুগড়ৰ বিশাল ফুকনৰ গোচৰৰ তদন্ত CIDলৈ হস্তান্তৰ

  • ডিব্রুগড় থানাত ৰুজু হোৱা গোচৰ নং ৩৫২/২০২৪ CIDলৈ অৰ্পণ

  • মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই SIT গঠন CIDৰ

  • অবৈধভাৱে ধন বিনিয়োগৰ সমগ্র গোচৰৰ তদন্ত কৰিব SITয়ে

  • অবৈধভাৱে ধন বিনিয়োগৰ গোচৰৰ বাবে ১৪টা SIT গঠন

  • এই তদন্ত সূক্ষ্মভাৱে তদন্ত কৰিব CIDৰ ADGP আৰু IGPয়ে