মুখ্য-পৃষ্ঠা

জামুগুৰিহাটত বিজেপি নেতাৰ পুত্ৰৰ জঘন্য কাণ্ড...

Asomiya Pratidin
  • জামুগুৰিহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

  • এক জঘন্য কাণ্ড সংঘটিত কৰিছে বিজেপি নেতাৰ পুত্ৰই ৷

  • বিজেপি নেতা নিৰঞ্জন দাসৰ পুত্ৰ চুমন দাসে কৰিলে ১৪ বছৰীয়া সম্বন্ধীয় ভগ্নীক যৌন নিৰ্যাতন৷

  • খুড়ায়েকৰ ১৪ বছৰীয়া কন্যাক যৌন নিৰ্যাতন বিজেপি নেতাৰ পুত্ৰৰ৷

  • জানিব পৰামতে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে নিৰ্যাতিত কিশোৰীগৰাকী৷