মুখ্য-পৃষ্ঠা

ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনাঃ সন্ধানহীন এজন

Asomiya Pratidin
  • নামনি মাজুলী কৰদৈগুৰি ব্ৰহ্মপুত্ৰ সূতিত নাও দুৰ্ঘটনা সংঘটিত হৈছে।

  • দুৰ্ঘটনাগ্ৰস্ত নাওখনত তিনিজন ব্যক্তি উপস্থিত আছিল।

  • দুজন জীৱন্তে উদ্ধাৰ হোৱাৰ বিপৰীতে এজন বৰ্তমানো সন্ধানহীন হৈ আছে।

  • সন্ধানহীন ব্যক্তিজনৰ নাম উৎপল শইকীয়া(৪৩) বুলি জানিব পৰা গৈছে।

  • সন্ধানহীন ব্যক্তিজনৰ ঘৰ ভালুকমৰাত।

  • ব্ৰহ্মপুত্ৰ সূতিত গৰু পাৰ কৰিবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হয়।

  • সন্ধানহীন উৎপল শইকীয়াক উদ্ধাৰৰ বাবে মাজুলী SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।