মুখ্য-পৃষ্ঠা

আটক বিপিএফ সমৰ্থকঃ হাগ্ৰামা মহিলাৰীৰ পত্নীৰে আৰক্ষীৰ তৰ্কযুদ্ধ..

Asomiya Pratidin

-কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সমীপৰ পৰা বিপিএফৰ সমৰ্থকক আটক

-আটকাধীন সমৰ্থকজন ঠিকাদাৰ অভিজিৎ দেৱ নাথ ওৰফে কালাপাঠা

-অভিজিৎ দেৱ নাথৰ বিৰুদ্ধে বিপিএফক ভোট দিবলৈ দাবী কৰাৰ অভিযোগ

-ঘটনাস্থলীত হাগ্ৰামা মহিলাৰীৰ পত্নীৰ সৈতে আৰক্ষীৰ তৰ্কযুদ্ধ

-পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত কামাণ্ডো বাহিনী

-অভিজিৎ দেৱ নাথক কোকৰাঝাৰ সদৰ থানাত সোধপোছ অব্যাহত আৰক্ষীৰ