কাছাৰত ১১০০ কেজি গাঞ্জা জব্দ... 
মুখ্য-পৃষ্ঠা

কাছাৰত ১১০০ কেজি গাঞ্জা জব্দ...

Asomiya Pratidin
  • ৰাজ্যত অব্যাহত আছে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ।

  • কাছাৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।

  • কাছাৰত জব্দ কৰা হৈছে ১১০০ কেজি গাঞ্জা।

  • বহু টোপোলাত বান্ধি গাঞ্জাখিনি সৰবৰাহৰ চেষ্টা চলাইছিল চক্ৰটোৱে।

  • বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰা হৈছিল এই গাঞ্জাখিনি।

  • গাঞ্জা সৰবৰাহৰ লগত জড়িত ২ জনক গ্ৰেপ্তাৰ।