মুখ্য-পৃষ্ঠা

সুনীল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

Asomiya Pratidin
  • ঢকুৱাখনা থানাত সুনীল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

  • গগৈৰ পত্নী পুষ্পা গগৈ, পুত্র সৌৰভ গগৈৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ

  • সুনীল গগৈৰ ভতিজা জয়ন্ত গগৈৰ বিৰুদ্ধেও গোচৰ ৰুজু

  • IPC ৰ 120(B)/302/201/34 ধাৰাৰ 48/24 নম্বৰত গোচৰ ৰুজু