মানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ।
বি এছ এফৰ জালত চোৰাং গৰুসহ সৰবৰাহকাৰী।
ভাৰত-বাংলাদেশ সীমান্তৰ পৰা বি এছ এফে আটক কৰে গৰু সৰবৰাহকাৰীটোক।
বি এছ এফে জব্দ কৰিছে দুটাকৈ চোৰাং গৰু।
বৰাইৰ আলগা বি এছ এফ নদী সীমান্তৰ পৰা কৰায়ত্ব কৰে সৰবৰাহকাৰীটোক।
সৰবৰাহকাৰীটোৰ নাম জয়নাল আবেদিন।