মুখ্য-পৃষ্ঠা

তিহাৰ জে'লতে কেজৰিৱালক গ্ৰেপ্তাৰ CBIৰ...

Asomiya Pratidin
  • পুনৰ গ্ৰেপ্তাৰ হ'ল দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল।

  • চিবিআইয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।

  • দিল্লীৰ সুৰা নীতি কেলেংকাৰীত গ্রেপ্তাৰ কৰা হৈছে কেজৰিৱালক।

  • তিহাৰ জেলত সোধা-পোছাৰ পিছত গ্রেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক।

  • বুধবাৰে CBIৰ আদালতত হাজিৰ কৰোৱা হ’ব কেজৰিৱালক।

  • বুধবাৰে অৰবিন্দ কেজৰিৱালৰ জামিনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় দিয়া কথা আছিল।