ei muhurtar khabar  
মুখ্য-পৃষ্ঠা

উৎকোচ দাবী কৰা অভিযোগত CGSTৰ অতিৰিক্ত আয়ুক্তক গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • গুৱাহাটীত CBIৰ অভিযান।

  • উৎকোচ দাবী কৰা অভিযোগত IRS বিষয়াসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  • CGSTৰ অতিৰিক্ত আয়ুক্ত এম এছ ৰাওক গ্ৰেপ্তাৰ কৰা হৈছে।

  • গ্ৰেপ্তাৰ কৰিছে এটা মধ্যভোগী দালালকো।

  • IRS বিষয়াজনে ৰে'লৱেৰ ঠিকাৰ বিল আদায়ৰ নামত বিচাৰিছিল ধন।

  • দালালৰ জৰিয়তে বিচাৰিছিল ৩ লাখ ৮৩ হাজাৰ টকা।

  • প্ৰস্তুত কৰা হৈছিল ৪৮ লাখ ৪৩ হাজাৰ টকাৰ ডিমাণ্ড ড্রাফট।

  • ডিব্ৰুগড়ৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে তৈয়াৰ কৰা হৈছিল এই বিল।