correspondent
মুখ্য-পৃষ্ঠা

কটন বিশ্ববিদ্যালয়ত প্রাক্তন হোষ্টেল আৱাসীৰ উদ্ভণ্ডালি: নিৰাপত্তাৰক্ষীক প্রহাৰ

Asomiya Pratidin
  • কটন বিশ্ববিদ্যালয়ত প্রাক্তন হোষ্টেল আৱাসীৰ উদ্ভণ্ডালি

  • সুৰাপান কৰাত বাধা দিয়াৰ বাবেই নিৰাপত্তাৰক্ষীক প্রহাৰ

  • বাধা দিয়াৰ পিছতো সুৰাপান কৰি শ্রেণীকোঠাতে প্রস্রাৱ কৰাৰো অভিযোগ

  • SNBC হোষ্টেলৰ প্রাক্তন আৱাসী সঞ্জন গোহাঁইৰ বিৰুদ্ধে এই অভিযোগ

  • আন যুৱকৰে মিলি সুৰক্ষা কৰ্মী পূৰ্বজ্যোতি কলিতাক মাৰপিট

  • ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দাখিল পূৰ্বজ্যোতি কলিতাৰ

  • উল্লেখযোগ্য যে সঞ্জন গোহাঁইৰ বিৰুদ্ধে আৰক্ষী থানাত আছে পূৰ্বৰ একাধিক গোচৰ