মুখ্য-পৃষ্ঠা

কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • অৱশেষত উদ্ধাৰ হ'ল কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ

  • মৃত যুৱকজন প্ৰমেশ মুড়া বুলি চিনাক্ত

  • লুখুৰাখনীয়া ম'হপাৰা গাঁৱত পানীত পৰি সন্ধানহীন হৈ আছিল যুৱকজন

  • এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহটো