মুখ্য-পৃষ্ঠা

কাজিৰঙাত মৃত গঁড় উদ্ধাৰ

Asomiya Pratidin
  • কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত মৃত গঁড় উদ্ধাৰ

  • কঁহৰা বনাঞ্চলৰ বেঙা বন শিবিৰ এলেকাৰ ডিফলু নৈৰ পাৰত উদ্ধাৰ মৃত গঁড়টো

  • বাৰ্ঢক্যজনিত কাৰণত গঁড়টোৰ মৃত্যু হোৱা বুলি জনালে উদ্যান কৰ্তৃপক্ষই