মুখ্য-পৃষ্ঠা

কুৱেইটৰ পৰা স্বদেশলৈ অনা হ'ল অগ্নিকাণ্ডত নিহতৰ মৃতদেহ

Asomiya Pratidin
  • স্বদেশলৈ অনা হ’ল কুৱেইটত নিহত ভাৰতীয়সকলৰ মৃতদেহ

  • ৪৫জন ভাৰতীয়ৰ মৃতদেহ লৈ কোচিনত উপস্থিত বাসুসেনাৰ বিশেষ বিমান

  • নিহত ভাৰতীয়ৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ ২ লাখ টকাৰ ক্ষতিপূৰণ

  • কুৱেইটৰ পৰা বিমান খনত আহিছে মন্ত্ৰী কীৰ্তিবৰ্ধন সিং

  • বুধবাৰে কুৱেইটৰ এটা শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত মৃত্যু হৈছিল বহু লোকৰ