মুখ্য-পৃষ্ঠা

মহানগৰীৰ দিছপুৰত উদ্ধাৰ মৃতদেহ...

Asomiya Pratidin
  • মহানগৰীৰ দিছপুৰত উদ্ধাৰ হৈছে এটা মৃতদেহ।

  • দিছপুৰৰ SBI শাখাৰ সন্মুখৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো।

  • এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই।

  • ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।