morigaon deadbody 
মুখ্য-পৃষ্ঠা

বহিঃৰাজ্যত আমগুৰি যুৱকৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin
  • বহিঃ ৰাজ্যত ৰহস্যজনক মৃত্যু আমগুৰিৰ যুৱকৰ।

  • মৃতদেহটো আমগুৰিৰ পূব মানটনিয়া গাঁৱৰ ৰিন্টু গগৈৰ বুলি জানিব পৰা গৈছে।

  • মধ্য প্ৰদেশৰ ৰে'লপথত উদ্ধাৰ ৰিন্টু গগৈৰ ক্ষত-বিক্ষত মৃতদেহ।

  • কোনো দুৰ্বৃত্তই ৰেলৰ পৰা পেলাই দিয়াৰ সন্দেহ কৰিছে একাংশই।

  • ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।