- থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে বিজেপি-কংগ্ৰেছক কৰিলে তীক্ষ্ণ সমালোচনা।
- ৰাইজৰ দলৰ জয় নিশ্চিত বুলি কলে কোঁৱৰে।
- দুৰ্নীতিমূক্ত এটা সমষ্টি গঠনৰ বাবে ৰাইজে মোক ভোট দিব।
- এগৰাকী বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ উচিত প্ৰত্যুত্তৰ দিব থাওৰাবাসীয়ে।
- কোনো এজন বিধায়কেই সমষ্টিৰ উন্নয়নত গুৰুত্ব নিদিলে।
- বিজেপি প্ৰাৰ্থীগৰাকী জয়ৰ পৰা বহু আঁতৰত থাকিব।
- থাওৰাবাসীৰ ৰাইজৰ সহযোগিতাৰ প্ৰতি আমি অভিভূত।